আজিৰে পৰা নতুন SOP, ৩বজালৈকে খোলা থাকিব দোকান…

- ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হব নতুন SOP।
- এসপ্তাহৰ বাবে ৰাজ্যত নতুন SOP।
- অহা দেওবাৰৰ লৈকে ৰাজ্যত প্ৰযোজ্য হব এই নতুন SOP
- ২৪৭টা অঞ্চলত হৈছে অধিক সংক্ৰমণ।
- পৰ্টেল কন্টেইনমেন্ট জন ঘোষণা কৰিবলৈ নিৰ্দেশ উপাযুক্তক।
- সোমবাৰৰ পৰা প্ৰযোজ্য হব নতুন SOP
- চাৰিখন জিলাত বৃদ্ধি হৈছে সংক্ৰমণ
- বিশ্বনাথ, গোৱালপাৰা, মৰিগাও আৰু গোলাঘাটতত বৃদ্ধি হৈছে সংক্ৰমণ।
- সম্পূৰ্ণ কন্টেইনমেন্ট জন ঘোষণা কৰা হব এই জিলাকেইখনত।
- কেৱল অত্যাৱশকীয় সেৱাহে চলাচল অব্যাহত থাকিব।
- হটস্পৰ্ট হিচাপে ঘোষণা কৰা অঞ্চলসমূহত ১০তকৈ অধিক সংক্ৰমণ
- ৩বজালৈকে গুৱাহাটীত খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।
- ৪ বজাৰ পৰা মহানগৰীত হব কাৰ্ফিউ।
- এই নতুন SOPত ৰাজ্যৰ তিনিখন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।
- সেই জিলাকেইখন হল- গোৱালপাৰা, বিশ্বনাথ আৰু মৰিগাওঁ।
- ইয়াৰ উপৰিও গোলাঘাট জিলাৰ বোকাখাত মহকুমাক সম্পূৰ্ণ কনন্টেইনমেন্চ জ’ন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
The post আজিৰে পৰা নতুন SOP, ৩বজালৈকে খোলা থাকিব দোকান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3x6t6Cc
via IFTTT
Comments
Post a Comment