প্ৰবীণ সমাজকৰ্মী বাতেন্দ্ৰ নাথ ব্ৰহ্মৰ পৰলোকপ্ৰাপ্তি…

  • প্ৰবীণ সমাজকৰ্মী , হাগ্ৰামা মহিলাৰীৰ শহুৰেক বাতেন্দ্ৰ নাথ ব্ৰহ্মৰ পৰলোকপ্ৰাপ্তি।
  • বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি বাতেন্দ্ৰ নাথ ব্ৰহ্মৰ।
  • ৮৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ব্ৰহ্মৰ ।
  • টিপকাই সাংবান্ধা নিৱাসী আছিল বাতেন্দ্ৰ নাথ ব্ৰহ্ম ।
  • শেহতীয়াভাৱে কোকৰাঝাৰ সদৰ চহৰৰ শান্তিনগৰত বসৱাস কৰিছিল বাতেন্দ্ৰ নাথ ব্ৰহ্ম ।
  • কোকৰাঝাৰ সদৰ চহৰৰ শান্তিনগৰৰ বাসভৱনতে শেষ নিশ্বাস ত্যাগ বাতেন্দ্ৰ নাথ ব্ৰহ্মৰ।
  • প্ৰয়াত বাতেন্দ্ৰ নাথ ব্ৰহ্মলৈ গুণমুগ্ধৰ অন্তিম শ্ৰদ্ধাঞ্জলী ।

The post প্ৰবীণ সমাজকৰ্মী বাতেন্দ্ৰ নাথ ব্ৰহ্মৰ পৰলোকপ্ৰাপ্তি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3y7F2ne
via IFTTT

Comments