ৰংজুলিত নৈশ বাছ-টাটা এচিইৰ মুখামুখি সংঘৰ্ষ, নিহত এজন…

  • ৰংজুলিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নৈশ বাছ-টাটা এচিই বাহনৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত টাটা এচিই বাহনখনৰ চালক।
  • চালকজনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3EQzMIS
via IFTTT

Comments