কোৰোনাৰ আপডেটঃ ভাৰতত ২৪ঘন্টাত ২৭৬গৰাকী ৰোগীৰ মৃত্যু…

- ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
- বিগত ২৪ঘন্টাত ভাৰতত ২৬হাজাৰ ৪১গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
- ২৯হাজাৰ ৬২১গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে এই সময়চোৱাত।
- ২৭৬গৰাকী ৰোগীয়ে বিগত ২৪ঘন্টাত প্ৰাণ হেৰুৱাইছে।
- ভাৰতত বৰ্তমানো প্ৰায় ৩লাখ কোৰোনা ৰোগী চিকিতসাধীন অৱস্থাত আছে।
- দেশত ৮৬কোটি ১লাখ ৫৯হাজাৰ ১১গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zFaxp3
via IFTTT
Comments
Post a Comment