৫০ মিনিট ধৰি ৰুদ্ধদ্বাৰ বৈঠকত বহিল গৃহমন্ত্ৰী অমিত শ্বাহ- অমৰিন্দৰ সিং…

  • পাঞ্জাৱৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত্‍ অমৰিন্দৰ সিঙৰ
  • অমিত শ্বাহৰ বাসভৱনত সাক্ষাত্‍ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে
  • প্ৰায় ৫০ মিনিট ধৰি ৰুদ্ধদ্বাৰ বৈঠকত বহিল দুয়ো।
  • পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং বিজেপিত যোগদান কৰিব বুলি তীব্ৰ চৰ্চা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ilziRk
via IFTTT

Comments