কেলেংকাৰীঃ মুখ্যমন্ত্ৰীৰ ভাতৃক ই ডিৰ তলব, মুখ্য কাৰ্যালয়ত হ’ব সোধ-পোচ…

  • ফাৰ্টিলাইজাৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছে মুখ্যমন্ত্ৰীৰ ভাতৃৰ।
  • ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃৰ অগ্ৰসেন গেহলটক ইডিৰ তলব।
  • মুখ্য কাৰ্যালয়ত সোধপোচ কৰিব ইডিয়ে।
  • ইতিমধ্যে অগ্ৰসেন গেহলটৰ কাৰ্যালয়টো অভিযান চলাইছে ই ডিয়ে।
  • ২০০৭-২০০৯চনৰ ভিতৰতে এই কেলেংকাৰী সংঘটিত হৈছিল।
  • বিগত বৰ্ষৰ জুলাই মাহত এই সমগ্ৰ কেলেংকাৰীৰ তদন্তৰ ভাৰ লৈছিল ই ডিয়ে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zNVGZA
via IFTTT

Comments