পাঞ্জাৱ চৰকাৰৰ মন্ত্ৰীসভা বিস্তাৰঃ ৭গৰাকী বিধায়কে নতুনকৈ মন্ত্ৰীত্ব পোৱাৰ সম্ভাৱনা…

- পাঞ্জাৱ চৰকাৰৰ মন্ত্ৰীসভা বিস্তাৰ কৰা হব আজি।
- বিয়লি ৪বজাত ৰাজভৱনত শপত লব নতুন মুখ্যমন্ত্ৰীসকলে।
- ৭গৰাকী নতুন বিধায়কে মন্ত্ৰীত্ব পোৱাৰ সম্ভাৱনা।
- পুৰণি ৮গৰাকী মন্ত্ৰীয়ে পুনৰ মন্ত্ৰীত্ব পোৱাৰ সম্ভাৱনা।
- পাঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিঙ ইতিমধ্যে বৈঠকত মিলিত হৈছে ৰাহুল গান্ধীৰ সৈতে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y4O5ca
via IFTTT
Comments
Post a Comment