আজি ভাৰত বন্ধঃ বিয়লি ৪বজালৈকে সকলোকে ঘৰতে থকাৰ আহ্বান কৃষক সংগঠনৰ…

  • বিৰ্তকিত ৩খনকৈ কৃষি বিল বাতিলৰ দাবীত কৃষক সংগঠনে দিয়া ভাৰত বন্ধ আৰম্ভ হৈছে পুৱা ৬বজাৰ পৰা।
  • বিয়লি ৪বজালৈকে অব্যাহত থাকিব এই বন্ধ।
  • এই সময়চোৱাত জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত কোনো বাধা নাই।
  • দিল্লীৰ কিছু অংশৰ লগতে হাৰিয়ানা, পাঞ্জাৱত ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।
  • দিল্লীৰ এটা মেট্ৰ ষ্টেচন বন্ধ ৰখা হৈছে এই বন্ধৰ বাবে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3AM1xjx
via IFTTT

Comments