দেশত পুনৰ ২৩ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত…

কোভিড
  • দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ।
  • ৰাজ্যখনত যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত ২৩,৫২৯জন লোক।
  • ইয়াৰ বিপৰীতে সুস্থ হৈছে ১৮৮৭০জন লোক।
  • ইফালে, এই সময়চোৱাত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩১১জনৰ মৃত্যু।
  • দেশত যোৱা ২৪ ঘন্টাত ৬৫৩৪৩০৬জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হয়।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3opR9L3
via IFTTT

Comments