ৰহাৰ চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক আক্ৰমণ কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ সৰিয়হতলী মিলনপুৰত চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাক আক্ৰমণৰ মূল অভিযুক্ত হীৰকজ্যোতি নাথক গ্ৰেপ্তাৰ। ৰহা আৰক্ষীয়ে নিশা অভিযান চলাই মৰিগাৱঁৰ মিকিৰভেটাৰ বৰবৰিৰ পৰা আটক কৰে হীৰকক। ২৪জানুৱাৰীত সংঘটিত ঘটনাৰ পিচৰ পৰাই আত্মগোপন কৰি আছিল হীৰকে। ঘটনাৰ লগত জড়িত ১৪জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তা কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল।

The post ৰহাৰ চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক আক্ৰমণ কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OhnFvS
via IFTTT

Comments