পুৱাই দেশৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতৰমণৰ…

  • শনিবাৰে দিনৰ ১১ বজাত সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতৰমণে।
  • ইতিমধ্যে সংসদ ভৱনত উপস্থিত হৈছে বিত্তমন্ত্ৰীগৰাকী।
  • ইয়াৰ পূৰ্বে বাজেটক লৈ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ বিত্তমন্ত্ৰীগৰাকীৰ।
  • বাজেট দাখিলৰ সময়ত সংসদত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনালে ৰাষ্ট্ৰপতি কোৱিন্দক।
  • উল্লেখ্য যে, পূৰ্বৰ দৰে ব্ৰীফকেচৰ সলনি ৰঙা কাপোৰৰ মোনাতে অনা হৈছে বাজেট।
  • কিছুসময়ৰ পাছতে অনুস্থিত হ’ব কেবিনেটৰ বৈঠক।

The post পুৱাই দেশৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতৰমণৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ok5kyd
via IFTTT

Comments