পুনৰ ৰঙা ৰঙৰ মোনাত বাজেট লৈ সংসদ ভৱনত বিত্তমন্ত্ৰী নিৰ্মলা সীতৰমণ…

  • শনিবাৰে দিনৰ ১১ বজাত সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতৰমণে।
  • ইতিমধ্যে সংসদ ভৱনত উপস্থিত হৈছে বিত্তমন্ত্ৰীগৰাকী।
Image
  • পূৰ্বৰ দৰে ব্ৰীফকেচৰ সলনি ৰঙা কাপোৰৰ মোনাতে অনা হৈছে বাজেট।
  • কিছুসময়ৰ পাছতে অনুস্থিত হ’ব কেবিনেটৰ বৈঠক।
Image
  • তাৰ পাছতে সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে।
Image

The post পুনৰ ৰঙা ৰঙৰ মোনাত বাজেট লৈ সংসদ ভৱনত বিত্তমন্ত্ৰী নিৰ্মলা সীতৰমণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GHYIp5
via IFTTT

Comments