অহা ৭ ফেব্ৰুৱাৰিত কোকৰাঝাৰলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী; চলিছে আদৰাৰ পূৰ্ণ প্ৰস্তুতি

অহা ৭ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ বাবে প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কোকৰাঝাৰ ভ্ৰমণ কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভাত অংশ লোৱাৰ বাবে কোকৰাঝাৰলৈ আহিব। অলপতে সম্পন্ন হোৱা বড়ো চুক্তি উপলক্ষে আনুষ্ঠানিক উদযাপনৰ বাবে আয়োজন কৰা হৈছে এই সমাৱেশৰ। বড়ো চুক্তিখন কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, এনডিএপবিৰ চাৰিটা গোট, […]

The post অহা ৭ ফেব্ৰুৱাৰিত কোকৰাঝাৰলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী; চলিছে আদৰাৰ পূৰ্ণ প্ৰস্তুতি appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2tmqrc3
via IFTTT

Comments