অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা মন্ত্ৰী প্ৰণৱ কুমাৰ গগৈৰ দেহাৱসান

সোমবাৰে  অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা মন্ত্ৰী আৰু শিৱসাগৰ সমষ্টিৰ  বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ ৮৪ বছৰ বয়সত দেহাৱসান হয়। সোমবাৰে নিশা প্ৰায় ১০.৪০ বজাত গুৱাহাটীৰ  হেল্থ চিটি হস্পিতালত মৃত্যু হয় প্ৰণৱ কুমাৰ গগৈৰ। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শিৱসাগৰ সমষ্টিৰ বিধায়কজন। সোমবাৰে দুপৰীয়া চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল। উল্লেখ্য যে ২০০১ চনৰ পৰা […]

The post অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা মন্ত্ৰী প্ৰণৱ কুমাৰ গগৈৰ দেহাৱসান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2SjlR6V
via IFTTT

Comments