সোমবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য…

- সোমবাৰে কিছু পৰিমাণে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
- গুৱাহাটীত সোমবাৰে পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৭৫.৩০ টকা।
- দেওবাৰে এই মূল্য আছিল ৭৫.৫৭ টকা।
- গুৱাহাটীত সোমবাৰে ডিজেলৰ মূল্য ৬৯.১৮ টকা।
- দেওবাৰে এই মূল্য আছিল ৬৯.৪৫ টকা।
The post সোমবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/393Ck5S
via IFTTT
Comments
Post a Comment