১৭ ফেব্ৰুৱাৰিৰ পৰা পার্বত্য জিলাত অনিৰ্দিষ্টকালীন ৰেইল অৱৰোধ
অহা ১৭ ফেব্ৰুৱাইৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ৰেইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰা হৈছে। এন চি হিলছ ইণ্ডেজিনাছ স্টুডেন্ট ফ’ৰামে এই অৱৰোধ কাৰ্যসূচীৰ ঘোষণা কৰিছে। শনিবাৰে হাফলঙত এক সংবাদ মেল পাতি ৰেইল অৱৰোধৰ বিষয়ে ঘোষণা কৰে আইএছএফৰ সভাপতি ডেভিড কেইভম। কেইভমে কয় যে উত্তৰ-পূব সীমান্ত ৰেইলৱে কৰ্তৃপক্ষই যোৱা পাঁচ বছৰ ধৰি আমাৰ লগত […]
The post ১৭ ফেব্ৰুৱাৰিৰ পৰা পার্বত্য জিলাত অনিৰ্দিষ্টকালীন ৰেইল অৱৰোধ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2SalivZ
via IFTTT
Comments
Post a Comment