ক’ৰ’না আতংক; চীনত আবদ্ধ ৪২৩ গৰাকী ভাৰতীয়ক লৈ দিল্লীত উপস্থিত এয়াৰ ইণ্ডিয়াৰ বিমান

চীনত অব্যাহত থকা ক’ৰ’না ভাইৰাছৰ সংহাৰৰ সময়ত দেশখনৰ বুহান প্ৰদেশত বন্দী হৈ থকা ভাৰতীয় লোকসকলক লৈ ভাৰতত উপস্থিত হৈছে এয়াৰ ইণ্ডিয়াৰ ডবল ডেকাৰ জম্বো ৭৪৭ বিমান। শুকুৰবাৰে নিশা ৪২৩ গৰাকী যাত্ৰীক লৈ এয়াৰ ইণ্ডিয়াৰ বিমানখনে চীনৰ বুহানৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছিল। বিমানখনত দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পাতালৰ পাঁচ গৰাকী চিকিৎসকৰ দল এটাও মজুত আছিল। […]

The post ক’ৰ’না আতংক; চীনত আবদ্ধ ৪২৩ গৰাকী ভাৰতীয়ক লৈ দিল্লীত উপস্থিত এয়াৰ ইণ্ডিয়াৰ বিমান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2uccAVU
via IFTTT

Comments