পুৱা ১১ বজাত সদনত দেশৰ সাধাৰণ বাজেট…

- আজি দাখিল কৰা হ’ব মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন বাজেট।
- পুৱা ১১ বজাত সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে।
- সদনত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
- বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত শুকুৰবাৰে প্ৰকাশ পালে অৰ্থনৈতিক সমীক্ষা।
- আগন্তুক বিত্তীয় বৰ্ষত ৬.৫ শতাংশলৈ বৃদ্ধি পাব পাৰে GDPৰ হাৰ।
The post পুৱা ১১ বজাত সদনত দেশৰ সাধাৰণ বাজেট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3b0eIAT
via IFTTT
Comments
Post a Comment