ফেইচবুকত ‘আপত্তিজনক’ প’ষ্টৰ বাবে আৰু দুজন যুৱকক গ্ৰেপ্তাৰ

নিজৰ ফেইচবুক পেইজত ‘আপত্তিজনক’প’ষ্ট আপলোড কৰি শ্বেয়াৰ কৰাৰ বাবে ধুবুৰী জিলাৰ আৰু দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে এইকথা জানিবলৈ দিয়ে। গ্ৰেপ্তাৰ কৰা যুৱক দুজনক ধুবুৰী চহৰৰ ছাকিব আহমেদ(১৯) আৰু ৰকি আকন্দ(২০) বুলি চিনাক্ত কৰা হৈছে। দুয়োজনকে আদালতত হাজিৰ কৰোৱাৰ পাছত দেওবাৰে জেইললৈ প্ৰেৰণ কৰা হয়। ধুবুৰী সদৰ আৰক্ষী থানাত দুয়োজনৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ […]

The post ফেইচবুকত ‘আপত্তিজনক’ প’ষ্টৰ বাবে আৰু দুজন যুৱকক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/392GhYp
via IFTTT

Comments