বোকাখাতত চোৰৰ উপদ্ৰৱ; মাজনিশা তলা ভাঙি দোকানত লুটপাত

বোকাখাতৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ চুৰিকাৰ্য্যৰ বৃদ্ধি পাবলৈ ধৰিছে। আৰক্ষীৰ চকুত ধুলি দি প্ৰায়ে একাংশ যুৱক চুৰি কাৰ্য্যত লিপ্ত হৈ আহিছে। ধনৰ লালসাত ড্ৰাগ আসক্ত এচাম যুৱক এনে কাৰ্য্যত জড়িত হৈ পৰিছে। শনিবাৰে মাজনিশা বৰচাপৰিৰ গোলাপ আগৰৱালৰ দোকানত তলা ভাঙি সোমাই এটা যুৱকৰ দলে লুটপাত চলাই। চোৰৰ দলটোৱে দোকানত লগাই থোৱা চি চি কেমেৰাৰ সংযোগ বিচিন্ন […]

The post বোকাখাতত চোৰৰ উপদ্ৰৱ; মাজনিশা তলা ভাঙি দোকানত লুটপাত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2tngpat
via IFTTT

Comments