নুমলীগড়ৰ লৱনঘাটত অগ্নিকাণ্ড, জুইত জাহ গ’ল দোকান, VIDEO

  • নুমলীগড়ৰ লৱনঘাটত অগ্নি কাণ্ড।
  • মনোহৰলাল আগৰৱালা নামৰ এজন ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই।
  • ভস্মীভূত হ’ল গেলামাল থকা দোকানখন।
  • এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
  • অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰো অভিযোগ।

The post নুমলীগড়ৰ লৱনঘাটত অগ্নিকাণ্ড, জুইত জাহ গ’ল দোকান, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/390oMI5
via IFTTT

Comments