ভূমিকম্পৰ ফলত গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰত ক্ষতি…

- ভূমিকম্পত ক্ষতি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ ।
- পুৱা অহা ভূমিকম্পত ক্ষতি হৈছে গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ ।
- কেন্দ্ৰটোৰ অএচি প্লেন্টত থকা গেছ চিলিণ্ডাৰ নিৰ্গত হয় ।
- সমগ্ৰ কোঠাটো ধোৱাৰে আৱৰি পেলাই ।
- তাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হৈ নিয়ন্ত্ৰন কৰে পৰিস্থিতি ।
- কেইবাটাও চিলিণ্ডাৰ ভূমিকম্পত বাগৰি পৰে ।
- এক আতংকয় পৰিবেশৰ সৃষ্টি হয় গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰত ।
The post ভূমিকম্পৰ ফলত গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰত ক্ষতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xtODW6
via IFTTT
Comments
Post a Comment