অস্কাৰ বটাঁ-২০২১ঃ কোনে কোনে আজুৰিলে শ্ৰেষ্ঠত্ব…

- ঘোষণা কৰা হ’ল ২০২১বৰ্ষৰ অস্কাৰ বটাঁ।
- এই বৰ্ষত শ্ৰেষ্ঠ ছবিৰ খিতাপ দখল কৰিলে হলিউদ ছবি Nomadlandৱে।

- ‘The Father’ ছবিৰ বাবে Anthony Hopkinsক প্ৰদান কৰা হৈছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
- ‘Nomadaland’ ছবিৰ বাবে Frances McDormandক প্ৰদান কৰা হৈছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
- শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ‘Nomadaland’ ছবিৰ পৰিচালক Chloe Zhao লৈ।

- Best supporting অভিনেতাৰ সন্মান আজুৰিলে Daniel Kaluuyaলৈ।
- Judas and the Black Messiah ছবিখনৰ বাবে তেওঁলৈ এই সন্মান।

The post অস্কাৰ বটাঁ-২০২১ঃ কোনে কোনে আজুৰিলে শ্ৰেষ্ঠত্ব… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xqwmsM
via IFTTT
Comments
Post a Comment