কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে আজি বংগত সপ্তম পৰ্যায়ৰ নিৰ্বাচন…

- কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে আজি বংগত অনুষ্ঠিত হৈছে সপ্তম পৰ্যায়ৰ নিৰ্বাচন।
- পুৱা ৭বজাৰে কেইবাটাও সমষ্টিত ভোটদান আৰম্ভ হৈছে।
- পুৱা ৯.৩০বজালৈকে ভোটদানৰ হাৰ ১৭.৪৭শতাংশ।
- ৩৪টা সমষ্টিৰ ২৮৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব এই নিৰ্বাচনত।
- ৪খন জিলাত অনুষ্ঠিত হৈছে এই নিৰ্বাচন।
The post কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে আজি বংগত সপ্তম পৰ্যায়ৰ নিৰ্বাচন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aHbUtX
via IFTTT
Comments
Post a Comment