ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, বিভিন্ন স্থানত ক্ষয় ক্ষতি…

- বৰভূইকপে জোকাৰি গ’ল অসম ।
- ৬.৭ প্ৰাৱল্যৰ ভূমিকম্পটোৱে জোকাৰি য়ায় সমগ্ৰ ৰাজ্যত ।
- ভূমিকম্পটোৰ অভিকেন্দ্ৰ তেজপুৰ বুলি জানিব পৰা গৈছে ।
- ভূমিকম্পটোৰ ফলত ৰাজ্যত বিভিন্ন ধৰনৰ ক্ষয় ক্ষতি ।
- ভূমিকম্পৰ পিছতে গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ চৌহদত অগ্নিকাণ্ড ।
- বিস্ফোৰিত হৈছে এটি গেছ চিলিণ্ডাৰ ।
- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ক্ষয় ক্ষতিৰ বাতৰি ।
- তাজ ভিভান্টাত খহি পৰিছে খুটাৰ টাইলছ ।
- হোটেল গেটৱেত চৌহদৰ ৱালৰ ক্ষতি ।
The post ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, বিভিন্ন স্থানত ক্ষয় ক্ষতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2S5qDZ3
via IFTTT
Comments
Post a Comment