বলীউদৰ প্ৰবীণ অভিনেতা ৰণধীৰ কাপুৰ কোভিডত আক্ৰান্ত…

- বলীউদৰ প্ৰবীণ অভিনেতা ৰণধীৰ কাপুৰ কোভিডত আক্ৰান্ত ।
- মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেতা গৰাকীক ।
- অভিনেতা গৰাকীৰ বয়স ৭৪ বছৰ ।
- চিকিৎসকে প্ৰকাশ কৰা অনুসৰি অভিনেতা গৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ ।
- বৃহস্পতিবাৰে কোভিডত আক্ৰান্ত হয় অভিনেতা গৰাকী ।
The post বলীউদৰ প্ৰবীণ অভিনেতা ৰণধীৰ কাপুৰ কোভিডত আক্ৰান্ত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3t5y4we
via IFTTT
Comments
Post a Comment