অভিলেখঃ ২৪ঘন্টাত ভাৰতত ৩.৫৪লাখ লোক কোৰোনাত আক্ৰান্ত…

ডিজিটেল ডেস্কঃ প্ৰতিটো দিনতে ভাৰতত কোৰোনাই গঢ়িছে ৰেকৰ্ড। ৱল্ড মিটাৰ অনুসৰি বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে৩লাখ ৫৪হাজাৰ ৫৩১গৰাকী লোক। চিন্তণীয় কথাটো হৈছে যে, ২৪ঘন্টাত ২৮০৬গৰাকী কোৰোনা ৰোগীয়ে হেৰুৱাইছে প্ৰাণ। বৰ্দ্ধিত এই সংখ্যাৰ সৈতে ভাৰতত কোৰোনাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হলগৈ ১কোটি ৭৩লাখ ৪হাজাৰ ৩০৮গৰাকী। ইয়াৰে ১লাখ ৯৫হাজাৰ লোকে হেৰুৱাইছে প্ৰাণ।

The post অভিলেখঃ ২৪ঘন্টাত ভাৰতত ৩.৫৪লাখ লোক কোৰোনাত আক্ৰান্ত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PlUGdZ
via IFTTT

Comments