দেশত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত ৩,৭৯,২৫৭ জন, ৩৬৪৫ জনৰ মৃত্যু…

- বিগত ২৪ ঘন্টাত দেশত কোভিডত আক্ৰান্ত ৩,৭৯,২৫৭ জন ।
- কোভিড আক্ৰান্ত হৈ দেশত এদিনতে মৃত্যু ৩৬৪৫ জনৰ ।
- ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ২,৬৯,৫০৭ জনৰ ।
- বৰ্তমানলৈ দেশত কোভিডত আক্ৰান্ত সৰ্বমুঠ ১,৮৩,৭৬,৫২৪ জন ।
- কোভিডত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ মৃত্যু ২,০৪,৮৩২ জন ।
- বৰ্তমানলৈ ১৫,০০,২০,৬৪৮ জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন ।
The post দেশত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত ৩,৭৯,২৫৭ জন, ৩৬৪৫ জনৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sXsegd
via IFTTT
Comments
Post a Comment