কোভিডত আক্ৰান্ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট…

  • কোভিডত আক্ৰান্ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট ।
  • বৃহস্পতিবাৰে কোভিডত আক্ৰান্ত হয় মুখ্যমন্ত্ৰী গৰাকী ।
  • মুখ্যমন্ত্ৰী গৰাকীৰ দেহত কোভিডৰ কোনো লক্ষণ নাই আৰু বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ ।
  • বৰ্তমান কোভিড প্ৰট’কল মানি হোম কোৱাৰেন্টাইন থাকিব মুখ্যমন্ত্ৰী গৰাকী ।

The post কোভিডত আক্ৰান্ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gNM4YU
via IFTTT

Comments