কোভিডৰ বিৰুদ্ধে ভাৰতক সহায় কৰিব জাপানে,অক্সিজেন জেনেৰেটৰ আৰু ভেন্টিলেটৰ প্ৰদান কৰিব জাপানে…

  • কোভিডৰ বিৰুদ্ধে যুদ্ধত ভাৰতক সহায় কৰিব জাপানে ।
  • জাপানৰ ৰাষ্ট্ৰদূত সাতোশী চুজুকিয়ে এই কথা প্ৰকাশ কৰে ।
  • ভাৰতৰ বিপদৰ সময়ত আমি ভাৰতৰ সৈতে থিয় হৈছো বুলি মন্তব্য ছুজুকীৰ ।
  • জাপানে ৩০০ অক্সিজেন জেনেৰেটৰ আৰু ৩০০ ভেন্টিলেটৰ ভাৰতক প্ৰদান কৰিব জাপানে ।
  • ইফালে দেশত কোভিডৰ সংক্ৰমনে বিভীষিকাৰ সৃষ্টি কৰিছে ।

The post কোভিডৰ বিৰুদ্ধে ভাৰতক সহায় কৰিব জাপানে,অক্সিজেন জেনেৰেটৰ আৰু ভেন্টিলেটৰ প্ৰদান কৰিব জাপানে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2R9MRsD
via IFTTT

Comments