বাংলাদেশত আবদ্ধ হৈ থকা ১৫চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ…

- বাংলাদেশত লক ডাউনৰ বাবে আবদ্ধ হৈ থকা ১৫চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ
- ত্ৰিপুৰা বাংলাদেশ সীমান্তত যোৱা কালিৰ পৰা আবদ্ধ হৈ আছিল শিক্ষাৰ্থী সকল
- বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত লক ডাউনৰ মাজতে শিক্ষাৰ্থী কেইজনক ভাৰতলৈ উভতি অহাৰ অনুমতি দিয়া হৈছে
- দুই দেশৰ কমিছনাৰ আলোচনা কৰি শিক্ষাৰ্থী কেইজনক অহাৰ অনুমতি দিছে
- কিছু সময় পাছত ছিল কৰা ভাৰত বাংলাদেশ সীমান্ত খুলি তেওঁলোকক ভাৰতলৈ প্ৰৱেশ কৰিবলৈ দিয়া হব
The post বাংলাদেশত আবদ্ধ হৈ থকা ১৫চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gIhSyf
via IFTTT
Comments
Post a Comment