ভাৰতত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত ২.১১লাখ

ডিজিটেল ডেস্কঃ যোৱা ২৪ঘন্টাত ২লাখ ১১হাজাৰ ২৯৮গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনাত। এই সময়চোৱাত ৩,৮৪৭গৰাকী ৰোগী মৃত্যু হোৱাৰ লগতে ২,৮৩,১৩৫গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে। উল্লেখ্য যে, ভাৰতত কোৰোনাত আক্ৰান্ত হৈ এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩লাখ, ১৫হাজাৰ ২৩৫গৰাকী। ভাৰতত এতিয়াও ২৪লাখৰো অধিক ৰোগী চিকিতসাধীন হৈ থকাৰ লগতে ২কোটি ৪৬লাখ ৩৩হাজাৰ ৯৫১গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ভাৰতত ২০কোটিৰো অধিক লোকক এতিয়ালৈকে প্ৰদান কৰা হৈছে ভেকচিন।
The post ভাৰতত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত ২.১১লাখ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3oSzee5
via IFTTT
Comments
Post a Comment