বিশিষ্ট সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক সমীৰন বৰদলৈ আৰু নাই…

  • যোৰহাটৰ সমাজ জীৱনৰ অন্যতম ব্যক্তি সমীৰন বৰদলৈৰ মৃত্যু
  • আজি পুৱা ৭.১২ বজাত যোৰহাটৰ নিজা বাসগৃহত বৰদলৈৰ মৃত্যু
  • অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক আছিল বৰদলৈ
  • অসম আন্দোলনৰো অগ্রণী নেতা আছিল সমীৰন বৰদলৈ

ক্লিক কৰি পঢ়কঃ নাৰায়ণপুৰত ‘ক’ৰণাই গৰকা সময়’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

  • বৰদলৈৰ মৃত্যুত অসম সাহিত্য সভাৰ তিনিদিনীয়া শোক প্রকাশ
  • সভাৰ সকলো কাৰ্যালয়তে তিনিদিনৰ বাবে পতাকা অবনমিত থাকিব
  • বৰদলৈৰ মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ শোক
  • সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শৰ্মাৰো বৰদলৈৰ মৃত্যুত শোক

The post বিশিষ্ট সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক সমীৰন বৰদলৈ আৰু নাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3yPrDBl
via IFTTT

Comments