মাজুলীৰ মোৱামাৰি গাওঁত শোকাৱহ ঘটনা

- মাজুলীৰ মোৱামাৰি গাওঁত শোকাবহ ঘটনা।
- বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যুক সাৱটি ললে এজনে।
- মৃত ব্যক্তিজনৰ নাম উমাশংকৰ প্ৰসাদ(৪৫)।
- ঘৰৰ পৰা সামান্য দূৰত থকা পথাৰৰ পৰা গৰু আনিবলৈ গৈ বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যুক সাৱতি লয়।
- মৃত্যুৰ সময়ত তেখেতে পত্নী সহ লৰা এজন আৰু ছোৱালী দুগৰাকী এৰি যায়।
- স্থানীয় ৰাইজৰ অভিযোগ বিদুৎত বিভাগৰ গাফিলটিৰ বাবে ঘটনাতো সংঘটিত হয় ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38wf8ia
via IFTTT
Comments
Post a Comment