মালিগাঁৱত এটি শিশুৰ প্ৰাণ লোৱা নাহৰফুটুকী পিঞ্জৰাবদ্ধ…

  • মালিগাঁৱৰ আদিংগিৰি পাহাৰত ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী পিঞ্জৰাবদ্ধ।
  • বন বিভাগে পতা পিঞ্জৰাত সোমাল নাহৰফুটুকীটো।
  • শনিবাৰে এটি শিশুৰ প্ৰাণ গৈছিল নাহৰফুটুকীটোৰ আক্ৰমণত।
  • ইয়াৰ পিছতে বাঘটো কৰায়ত্ত কৰাত ততপৰ হৈ পৰিছিল বন বিভাগ।
  • উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বাঘটো দেখি অহাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে।

The post মালিগাঁৱত এটি শিশুৰ প্ৰাণ লোৱা নাহৰফুটুকী পিঞ্জৰাবদ্ধ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jfTgLm
via IFTTT

Comments