গুজৰাটৰ কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড, ১৮ জন কোভিড ৰোগীৰ মৃত্যু…

- গুজৰাটৰ কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড ।
- শুকুৰবাৰে মাজনিশা অগ্নিকাণ্ড সংঘটিত হয় ভাৰুচৰ চিকিৎসালয় খনত ।
- অগ্নিকাণ্ডৰ ফলত চিকিৎসালয় খনত ১৮ জন কোভিড ৰোগীৰ মৃত্যু ।
- স্থানীয় আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ কৰে ৰোগী সকলক ।
- অগ্নিকাণ্ডৰ পিছতে ১২ জন ৰোগীৰ মৃত্যু হৈছিল ।
- আৰক্ষীয়ে জানিব দিয়া মতে ৰাতিপুৱা ৬.৩০ বজালৈ মৃতকৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি ।
The post গুজৰাটৰ কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড, ১৮ জন কোভিড ৰোগীৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3eOdmMj
via IFTTT
Comments
Post a Comment