আজি পৱিত্ৰ ঈদ-উজ-জোহা….

ডিজিটেল ডেস্কঃ আজি পৱিত্ৰ ঈদ-উজ-জোহা। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে প্ৰশাসনে জাৰি কৰা নীতি-নিয়মৰ মাজেৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ। ঈদৰ পৰম্পৰা অনুসৰি পুৱাই অসমৰ লগতে ভাৰতত বিভিন্ন স্থানত আদায় কৰে নামাজ। তাৰে কিছু দৃশ্যঃ

দিল্লীঃ

Image

ঘৰতে নামাজ আদায় কেন্দ্ৰীয়. মন্ত্ৰী মুক্তাৰ আব্বাছ নকবীৰঃ

Image

পাঞ্জাৱঃ

Image

দিল্লীৰ জামা মছজিদঃ

Image

The post আজি পৱিত্ৰ ঈদ-উজ-জোহা…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33eA5wF
via IFTTT

Comments