কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আক্ৰান্ত কোৰোনাত…

  • কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এচ য়াদুৰপ্পা আক্ৰান্ত কোৰোনাত।
  • টুইটাৰ যোগে নিজে সদৰি কৰিছে এই কথা।
  • বৰ্তমান ডাক্তৰৰ তত্ত্বাৱধানত আছে মুখ্যমন্ত্ৰী গৰাকী।
  • বিগত দিনকেইটাত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে হোম কোৱাৰেন্টাইন হৈ থাকিবলৈ আহ্বান কৰিলে তেওঁ।

The post কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আক্ৰান্ত কোৰোনাত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33kxth5
via IFTTT

Comments