বেয়া খবৰঃ সীমান্তত প্ৰাণ গ’ল এগৰাকী ভাৰতীয় সেনা জোৱানৰ…

  • জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন।
  • পাক সেনাৰ গুলীত নিহত ১গৰাকী ভাৰতীয় সেনা জোৱান।
  • পাক সেনাক ভাৰতীয় সেনাইও দিয়ে উচিত প্ৰত্যুত্তৰ।
  • উল্লেখ্য যে, যোৱা বুধবাৰেও পাক সেনাৰ একে কৰ্মকাণ্ডৰ ফলতেই এগৰাকী সাধাৰণ লোকৰ মৃত্যু হৈছিল।

The post বেয়া খবৰঃ সীমান্তত প্ৰাণ গ’ল এগৰাকী ভাৰতীয় সেনা জোৱানৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gpm6YY
via IFTTT

Comments