এবাৰ সুস্থ হৈ পুনৰ কোৰোনাত আক্ৰান্ত গুৱাহাটীৰ আৰক্ষী বিষয়া…

ডিজিটেল ডেস্কঃ গুৱাহাটীত পূৰ্বতকৈ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও যোৱা শুকুৰবাৰৰ দিনটোত ২০০ৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। গুৱাহাটীৰ এনে পৰিস্থিতিৰ মাজতে আক্ৰান্ত হৈ সুস্থ হোৱা এগৰাকী আৰক্ষী বিষয়া পুনৰ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। জালুকবাৰী থানাৰ ASI মণিৰাম কলিতা প্ৰথমে কোৰোনাত আক্ৰান্ত হৈ সুস্থ হৈছিল যদিও শেহতীয়াকৈ কৰা কোৰোনা টেষ্টত তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ।
The post এবাৰ সুস্থ হৈ পুনৰ কোৰোনাত আক্ৰান্ত গুৱাহাটীৰ আৰক্ষী বিষয়া… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CYRBus
via IFTTT
Comments
Post a Comment