বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱা আৰু নাই…

  • বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱাৰ মৃত্যু৷
  • সোমবাৰে পুৱতি নিশা নিজা বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে বেজবৰুৱাই।
  • নগাঁও চহৰৰ তেলীয়া পহুকটাৰ নিবাসী বেজবৰুৱা অসম চৰকাৰৰ শিল্পী বঁটায়ো লাভ কৰিছিল।
  • মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮১বছৰ।
  • শিল্পী যজ্ঞ বেজবৰুৱাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অসমৰ শিল্পী সমাজত ৷

The post বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱা আৰু নাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3i5MLtV
via IFTTT

Comments

Popular Posts