গোলাঘাটৰ কমাৰবন্ধা বৰজানত ভয়ংকৰ অগ্নিকাণ্ড….

- গোলাঘাটৰ কমাৰবন্ধা বৰজানত ভয়ংকৰ অগ্নিকাণ্ড
- দুখন ব্যৱসায়িক প্রতিষ্ঠান সম্পূৰ্ণৰূপে জাহ
- কেইবা লক্ষাধিক টকাৰ সা-সামগ্রীৰ ক্ষতিসাধন
- চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
- কথমপি প্রাণ ৰক্ষা হোটেলখনৰ কেইবাজনো গ্রাহকৰ
- অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন
The post গোলাঘাটৰ কমাৰবন্ধা বৰজানত ভয়ংকৰ অগ্নিকাণ্ড…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fnVJRB
via IFTTT
Comments
Post a Comment