মাজবাটৰ নাহৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড…

ডিজিটেল সংবাদ, ওৰাংঃ নিশা মাজবাটৰ নাহৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভস্মীভূত। শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ।

মাজবাট আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই । অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ কেইবালাখ টকাৰ সা সম্পত্তি জুইত জাহ গৈছে।

The post মাজবাটৰ নাহৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2D6Ewic
via IFTTT

Comments