ওদালগুৰি জিলাত পুনৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ…

  • ওদালগুৰি জিলাত পুনৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ।
  • মাজবাট আৰক্ষী থানাৰ দেউচানীত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ খিনি।
  • পাগলা নদীৰ কাষত পুতি ৰখা হৈছিল অস্ত্ৰ খিনি।
  • উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰ খিনিৰ ভিতৰত আছে ৩ টা Ak56 , তিনিটা মেগজিন আৰু ২০ জাই সজীৱ গুলী।
  • নিশা ১ বজাত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো , উপ- আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত চলিছিল অভিযান।

The post ওদালগুৰি জিলাত পুনৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2D88Usy
via IFTTT

Comments