এঘন্টাত ২ হাজাৰঃ বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ৪৮,৬৬১গৰাকী..

- বিগত ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ৪৮,৬৬১গৰাকী।
- এই সময়খিনিত মৃত্যু হৈছে ৭০৫গৰাকী লোকৰ।
- দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা হলগৈ ১৩লাখ ৮৫হাজাৰ ৫২২গৰাকী।
- ইয়াৰে ৮লাখ ৮৫হাজাৰ ৫৭৭গৰাকী ৰোগী সুস্থ হৈছে।
- মৃত্যু হৈছে ৩২হাজাৰ ৬৩গৰাকী লোক।
The post এঘন্টাত ২ হাজাৰঃ বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ৪৮,৬৬১গৰাকী.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hFawsW
via IFTTT
Comments
Post a Comment