কেৰেলাত ঈদ-উল-জোহা পালন…

ডিজিটেল ডেস্কঃ কেৰেলাত উদযাপন কৰিলে পবিত্ৰ ঈদ-উল-জোহা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে সীমিত সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হৈছে কেৰেলাত। উল্লেখ্য যে অসমত কাইলৈ পালন কৰা হ’ব পবিত্ৰ ঈদ-উল-জোহা।

The post কেৰেলাত ঈদ-উল-জোহা পালন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30bT49o
via IFTTT

Comments