সোণাৰিত ডাম্পাৰৰ চেপাত থিতাতে নিহত যুৱক …

  • চৰাইদেউৰ সোণাৰিত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ডাম্পাৰৰ চেপাত থিতাতে নিহত হয় এজন যুৱক।
  • সোণাৰিৰ ভজো বগৰীগুৰিত সংঘটিত হয় এই ঘটনা ।
  • ডাম্পাৰৰ চেপাত নিহত হয় তীব্ৰ বেগী বাইক আৰোহী সুমিত ৰয়।
  • সোণাৰি থানাত আত্মসমৰ্পন ডাম্পাৰ চালক টানেশ্ব ফুকনৰ ।

The post সোণাৰিত ডাম্পাৰৰ চেপাত থিতাতে নিহত যুৱক … appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32WQ6Y6
via IFTTT

Comments