উত্তৰাখণ্ডত পানীৰ ঢলত উটি গ’ল বিধায়ক…

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা। পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত উটি গ’ল বিধায়ক। বিধায়কজন কংগ্ৰেছ দলৰ হৰিষ ধামি। উত্তৰাখণ্ডৰ ধাৰাছুলা অঞ্চলৰ পিথুৰাগঢ়ত বন্যাৰ্তসকলৰ খবৰ ল’বলৈ গৈছিল বিধায়কজন।
কিন্তু দুৰ্ভাগ্যজনকভাৱে ভৰি পিছলি পানীৰ ঢলত উটি যায় বিধায়কজন। অৱশ্যে দলীয় কৰ্মী তথা সমৰ্থকসকলৰ তত্পৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিধায়কগৰাকীক।
The post উত্তৰাখণ্ডত পানীৰ ঢলত উটি গ’ল বিধায়ক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BLqAtN
via IFTTT
Comments
Post a Comment