বেয়া খবৰঃ কোৰোনাত আক্রান্ত হৈ মৃত্যু DFO জয়ছিং বেৰ…

- কাৰ্বি আংলং বনবিভাগৰ পশ্চিম সংমণ্ডলৰ DFOৰ দেহাৱসান
- কোৰোনাত আক্রান্ত হৈ মৃত্যু DFO জয়ছিং বেৰ
- GMCHত চিকিৎসাধীন আছিল জয়ছিং বে
- প্রথমাৱস্থাত জয়ছিং বেৰ পত্নীও আক্রান্ত আছিল কোৰোনাত
- পিছলৈ নিগেটিভ আহে DFOজনৰ পত্নীৰ কোৰোনা ৰিজাল্ট
- জয়ছিঙৰ মৃত্যুত মুখ্য কাৰ্যবাহী সম্পাদক তুলিৰাম ৰংহাঙৰ শোক প্রকাশ
- তুলিৰাম ৰংহাঙে সকলোকে মাস্ক পিন্ধিবলৈ আহ্বান জনায়
- বৰ্তমান জয়ছিং বেৰ পৰিয়াল গুৱাহাটীলৈ ৰাওনা হৈছে
The post বেয়া খবৰঃ কোৰোনাত আক্রান্ত হৈ মৃত্যু DFO জয়ছিং বেৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30MFvwh
via IFTTT
Comments
Post a Comment