পশ্চিম বংগৰ কংগ্ৰেছ অধ্যক্ষৰ মৃত্যু…

ডিজিটেল ডেস্কঃ পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ সোমেন মিত্ৰাৰ দেহাৱসান। হৃদজনিত ৰোগত আক্ৰান্ত হৈ বুধবাৰে নিশা মৃত্যু হয় নেতাগৰাকীৰ। ৭৮বছৰীয়া নেতাগৰাকীৰ বিগত কেইটামান দিন ভৰ্তি হৈ আছিল পশ্চিম বংগৰ এখন ব্যক্তিগত খণ্ডৰ হস্পাতালত। চিকিতসকে অৱগত কৰা মতে, বহুকেইটা ৰোগত আক্ৰান্ত হৈ থকা নেতাগৰাকীৰ শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল।
The post পশ্চিম বংগৰ কংগ্ৰেছ অধ্যক্ষৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30Xw8Kk
via IFTTT
Comments
Post a Comment